ইফালে
Couple সিফালে Couple
মাজৰ
মেজখনত মই অকলে এটা, Lol
Waiter
য়ে আহি কলে – দাদা, খাওঁক Roll
Thank
you বুলি কোৱাত সি মিচিকিয়াই গুচি গ’ল
ৰোমান্তিক
পৰিৱেশত গোটেই ৰেষ্টুৰেণ্টখনেই আমোলমোল
নিজকে
কিন্ত মোক বৰ দুৰ্ভগীয়া যেন অনুভূত হ’ল
খোৱা
শেষ হ’ল কি নহল
সন্মুখৰ
আসনত আৰু এক Couple
সিহঁতৰ
উৎপাতত মোৰ নিজৰেই লাজ লাগি গ’ল
মূৰ
ঘূৰাই Waiter ক সুধিলো – Excuse me, Bill কিমান হ’ল?
Bill
দি উঠি নিজে নিজকে কলো- যি হ’ল হ’ল
উঠ
আৰু সোনকালে ইয়াৰ পৰা ব’ল।
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment