Saturday, 25 January 2014

কেতিয়াবা

কেতিয়াবা তোমাৰ সুখেও বাট সলায়
আনন্দৰ হাঁহি নোলাই চকুলোঁ হৈ বয়
কেতিয়াবা মোৰ দুখেও পথ হেৰায়
চকুলোঁ নবৈ কবিতাৰ সৃষ্টি হৈ ৰয়

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment