Saturday, 25 January 2014

দিৱস

ফুটপাথৰ ওপৰত দুটি শিশুৰ ভাষ্য
স্কুলবোৰত বাৰু আজি কি পাতিছে
সকলো ল’ৰা ছোৱালীয়েই যে সাজি-কাঁচি আহিছে

সেইসকল শিশুৰ কেলেণ্ডাৰত ১ম মে' নাই
১৪ নভেম্বৰ কি একো ঊৱাদিসেই নাপায়

আমাৰনো কি
জন্মৰ পৰাই জন্মদিৱস
মৰাৰ পৰাই শ্ৰাদ্ধ

....ණ যজ্ঞেশ্বৰ নাথ


No comments:

Post a Comment