Friday, 24 January 2014

যদি

মই যদি এটা গান হয়
উপলব্ধি কৰা
অকল সুৰটোতে মোৰ ভোল নাযাবা

মই যদি এটা কবিতা হয়
হৃদয়ংগম কৰা
অকল পাঠ কৰিলেই ভাল নাপাবাওঁ পাৰা

অধ্যয়ণ কৰা
আৰু অধ্যয়ণ কৰা
যদিহে মোক সাহিত্য বুলি ভাবা

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment