Friday, 24 January 2014

কোন তুমি

দিনান্তত তোমাৰ ভাগৰুৱা দেহটিও মোৰ চকুঁত সদ্যস্নাতা
চালেই চুই দিওঁ লগা যৌৱনেৰে
কোন তুমি ষোড়শী
চান্দমাৰী উৰণীয়া সেতুৰ ওপৰেৰে আজি আবেলি....

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment