Wednesday, 29 January 2014

বিজ্ঞাপন

১/ বহুদিনেই লিখা গান এটা আছে
   -সুৰ বিচাৰি শিল্পীৰ প্ৰয়োজন
২/ জাতিষ্কাৰ বাৰী এখন আছে
   -কোমল হাতৰ মালী স্বাগতম।
৩/ বলিষ্ঠ সামাজিক নাট এখন আছে
   -পৰ্দা দাঙিবলৈ কুশলী লাগে
৪/  ৰ’দ দিবলৈ বেলি আছে
   -ছাঁ দিয়া গছৰ দৰকাৰ হৈছে।

বিঃ দ্ৰঃ:- অনভিজ্ঞই অগ্ৰাধিকাৰী।

....ණ যজ্ঞেশ্বৰ নাথ 

No comments:

Post a Comment