Saturday, 25 January 2014

সপোন গাঁথা

উজাগৰী নিশাবোৰত
পাৰাপাৰহীন ভাৱনা
অলেখ শব্দৰ ঘৰবন্ধাৰ ইচ্ছা
অযুত সপোনৰো তাতে ৰং দিয়াৰ প্ৰচেষ্টা
এফালে জীৱন গাঁথা আৰু
আনফালে তোমাৰ দোকমোকালি পুৱা

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment