মা, মোক অলপ মই হবলৈ
দিয়া
দেউতা, মোক অলপ তোমাৰ
সন্তান হ’ব দিয়া
ভৱিষ্যতৰ পৰা অলপ
আঁতৰত আহিব দিয়া
বৰ্তমানৰ লগত অলপ
উমলিব দিয়া
মই কি হম মোকেই ভাৱিব
দিয়া
মূৰৰ যান্ত্ৰিক বোজাটো
অলপ খুলি দিয়া
১৪/১৫ বছৰৰ এই বাহ্যিক চাপ যে চিপজৰীতকৈও
টান অ’…….
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment