মোৰ প্ৰথম কবিতা


       জিজ্ঞাস

জিজ্ঞাস আমাৰ অতি আদৰৰ
     জ্ঞানৰ বিশাল সাগৰ
প্ৰতি সপ্তাহে বিলাই দিয়ে
     জ্ঞানৰ শুকুলা পোহৰ
অতি মৰমৰ প্ৰিয় আলোচনী
     আমাৰ জিজ্ঞাস খনি
গল্প, কবিতা, সাধুকথা আদিৰে
     পৃষ্ঠা থাকে ভৰি
ইয়াৰ উপৰিও থাকে আৰু বহুতো
     শিক্ষামূলক লিখনি
সেইবোৰ পঢ়ি ভাললাগে কাৰণ
     জ্ঞান উপাৰ্জন কৰিব পাৰি
পত্ৰবন্ধু নামৰ শিতানৰ মাজেৰে
     বহুতৰে পাওঁ পৰিচয়
আমাৰ এই জিজ্ঞাসখনিৰ যাতে
     কেতিয়াও নহয় ক্ষয়।

.... যজ্ঞেশ্বৰ নাথ
(জিজ্ঞাস আলোচনীত প্ৰকাশিত)

No comments:

Post a Comment