Saturday, 25 January 2014

সৰু

সৰু কবিতা হলেও
মূলভাৱ সৰু নহয়
সৰু প্ৰেমিক হলেও
প্ৰেম সৰু নহয়

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment