কি চাওঁনি আছিল
সেয়া
শুকাই যোৱা দুটি
চঁকুত
বহুতো আদৰ্শ
ভাঁহিছিল
মস্ত চঁকুৰ নষ্ট
চাওঁনিও নাছিল
শক্তিহীন দুচঁকুৰ
চাওঁনিত
বুকুতে তৃষ্ণা
জাগিছিল
দহ টকাৰে
পানীবটলটো কিনাৰ আগতে
শ’তবাৰ নিশ্চিত
আছিলোঁ
কোনো কাৰণতে সেয়া
বিপনণৰ চাওঁনি নাছিল
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment