Sunday, 5 April 2015

বিমোৰ

তোমাক লৈ কিনো কবিতা লিখিম
তুমি নিজেই এটা কবিতা
এই শৰৎ, শেৱালী, শীত, সেউজীয়া
সকলো মাথো অপূৰ্ণ উপমা

কাইলৈতো লখিমী পূজা
বিমোৰত পৰিছোঁ
কাকনো পূজোঁ এতিয়া....

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment