Sunday, 5 April 2015

হিডেন

হিডেন ফল্ডাৰ খুলি তোমাৰ ফ’টোবোৰ
এতিয়াও ৰ’ লাগি চাওঁ।
শুকান সুখানুভুতিত স্পন্দি উঠে বুকু!

ফ’টোনো কি ?
এতিয়াই ডিলিট মাৰিব পাৰোঁ।
হৃদয়ৰ মেমৰিক জানো ফৰমেট মাৰিব পাৰোঁ!

হিডেন অনুভুতিবোৰ হিডেন হৈয়েই থাকিব
ফ’টোবোৰো থাকক, হিডেন হৈ !!

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment