Sunday, 5 April 2015

অমানিশাৰ চিন্তা

১/
শলিতা একেই।
মাথো, চাকিৰ জ্বলাব নে ফটকাৰ জ্বলাব
সেয়াহে আপোনাৰ কথা!

২/
দীপান্বিতাই আজি তাকেই কৈ গ’ল
ৰাইজে মাৰ-বন্ধাত
অমানিশাও পূৰ্ণিমা হ’ল।

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment