Wednesday, 16 April 2014

ব'হাগী চিন্তা

উপাদান: কুঁহিপাতেৰে ভৰা গছ এজোপা।

পৰিৱেশ: ব’হাগৰ কোনোবা এটি নিজান দুপৰীয়া।

ব'হাগী চিন্তা: মইও যদি কেনেবাকৈ গছ এডাল হলোঁহেতেনে
        দিথকবোৰে চাগে মোকো সেউজীয়া কৰিলেহেঁতেন!

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment