Saturday, 1 March 2014

পাগালা বাবা শুনিছানে তুমি

মিচিকিয়াই মিচিকিয়াই
ভক্তিৰ ৰাগীত সুন্দৰীৰ লানি

মন্দিৰে মন্দিৰে
গাখীৰ ঢালি
বেলপাত যাঁচি
মনে মনে জানো কি কয়....

শুনিছানে তুমি ?

মাহ দিছে
প্ৰসাদো দিছে
আজিলৈ অন্তঃত পগলা নহবা
গাঞ্জাও নাখালে কি নহয়ে নেকি

.... যজ্ঞেশ্বৰ নাথ 

No comments:

Post a Comment