Monday, 17 March 2014

কি ঠিক

ৰং-ভৰ্তি পিচকাৰি এটা লৈ
কাইলৈ আকৌ এবাৰ যাম
হোলীৰ চলেৰে অলপ ৰং দিবলৈ
কি ঠিক?
এমুঠি ৰঙাৰ পৰশত কাইলৈ
হ’বওতো পাৰা সেউজীয়া তুমি!

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment