Monday, 17 March 2014

এনেকৈয়ে

তেতিয়ালৈকে তাই বেয়া পোৱা নাছিল
যেতিয়ালৈকে তাইক ভালপাওঁ বুলি কোৱা হোৱা নাছিল।
আৰু
এনেকৈয়ে এজন ল'ৰাই বেয়া ল'ৰাৰ নাম পাইছিল। 

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment