ওৰে দিনটো জালখন
লৈ নৈতে কটালে
মাছটোহে জালত
নপৰে
নপৰেহে নপৰে!
তথাপিতো মাছুৱৈৰ
দুখ নাই
ভাৱিলে, এহ
নৈখনতে মাছ নাই।
যেতিয়াই গাৰ
বোকা-লেতেৰা ধুই বামত উঠিলে
তেতিয়াই এজাক
পানী ছিটিকাই মাছটো জপিয়াই উঠিলে!
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment