Sunday, 22 June 2014

ভালপোৱা

এতিয়াও তোমাক মই ভালপাওঁ
কিন্তু পাৰ্থক্য মাথো এটাই
আগৰ ভালপোৱাবোৰত আশা আছিল
আৰু এতিয়াৰ ভালপোৱাবোৰত আশা নাই

.... যজ্ঞেশ্বৰ নাথ 

No comments:

Post a Comment