Friday, 21 February 2014

কইনা

উৎস এটি সজাই তাইক
ফূৰ্তি কৰো আমি

সকলোৱে যিদিনা হাঁহে
অকল তাইহে উচুপে

দুখৰ লাভা তাইৰ কলিজাৰে উদ্গীৰণ ঘটে
নকইনা হৈ যেতিয়া স্বঘৰখন এৰে

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment