Monday, 3 February 2014

বন্ধুত্ব

ইমান সহজ হয় জানো বন্ধুত্ব
যে এটা ক্লিকতেই বন্ধু উপলব্ধ

ভাৱৰ অকণমান আদান-প্ৰদান আৰু
খুৱ বেছি Like, Share বা Comment

সংজ্ঞাও সলনি হ’ল
সংখ্যাও সলনি হ’ল

হওঁক হওঁক তেও, তেনেকে নহৈ যদি এনেকৈয়ে হয়
আপত্তি নো কিহৰ

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment