ৰং বিচাৰি ফুৰা
তুলিকা এটি তেওঁ
....ණ যজ্ঞেশ্বৰ নাথ
সুৰ সন্ধান কৰা
গীত এটি তেওঁ
হাজাৰ কাৰকৰ
কাৰণ এটি তেওঁ
কোন তেওঁ?
সাগৰৰ পাৰত টাইম
মেচিন আছে নেকি?
নৈৰ পাৰৰ বগৰীজোপা
সদায়ে ফলে
স্মৃতিয়ে ৰিঙিয়াই
কাক মাতে?
এতিয়াও দুপৰীয়া
তাত বাহী এটা বাজে
হওঁক তেও!
তেওঁয়েই তুমি
বাস্তৱ সন্ধানী
এটি অৱাস্তৱ ফিৰিঙনি
No comments:
Post a Comment